অসম

assam

ETV Bharat / state

বিলাসীপাৰাত পুনৰ চলিল প্ৰশাসনৰ বুল ডজাৰ

চাপৰ চক্ৰ বিষয়াই নৱজিৎ পাঠকে জানিবলৈ দিয়া অনুসৰি পূৰ্বেই ব্যৱসায়ী সকলক এই বিষয়ে সকীয়াই দিয়া হৈছিল ৷ কিন্তু পুনৰ ব্যৱসায়ীসকলে অবৈধ ভাৱে মুকলি কৰাত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে ৷

By

Published : Jun 15, 2019, 5:48 PM IST

ETV BHARAT

বিলাসীপাৰা,15 জুন : বিলাসীপাৰাত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান | শনিবাৰে বিলাসীপাৰাৰ চিৰাকুটা,ভাংগাপুল বজাৰৰ প্ৰায় 30-40 খন দোকান উচ্ছেদ কৰে প্ৰশাসনে | বজাৰ খনত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ চৰকাৰী মাটিত থকা দোকান পোহাৰসমূহ উচ্ছেদ কৰে প্ৰশাসনে |
চাপৰ চক্ৰ বিষয়াই নৱজিৎ পাঠকে জানিবলৈ দিয়া অনুসৰি পূৰ্বেই ব্যৱসায়ী সকলক এই বিষয়ে সকীয়াই দিয়া হৈছিল ৷ কিন্তু পুনৰ ব্যৱসায়ীসকলে অবৈধ ভাৱে মুকলি কৰাত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে ৷

বিলাসীপাৰাত পুনৰ চলিল প্ৰশাসনৰ বুল ডজাৰ

ABOUT THE AUTHOR

...view details