অসম

assam

By

Published : Aug 9, 2019, 1:18 PM IST

ETV Bharat / state

বিশিষ্ট কবি-সাহিত্যিক নিৰদেন্দু ৰায়ৰ দেহাৱসান

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ ভাগিনিয়েক তথা বিশিষ্ট কবি-সাহিত্যিক নিৰদেন্দু ৰায়ৰ দেহাৱসান ৷

বিশিষ্ট কবি-সাহিত্যিক নিৰদেন্দু ৰায়ৰ শেষ নিশ্বাস ত্যাগ


বিলাসীপাৰা,9আগষ্ট : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ ভাগিনিয়েক তথা বিশিষ্ট কবি-সাহিত্যিক, নিবন্ধকাৰ নিৰদেন্দু ৰায়ৰ দেহাৱসান ৷ ধুবুৰী জিলাৰ চাপৰ ৰৌমাৰীত ১৯৪৩ চনত জন্ম গ্ৰহণ কৰা নিৰদেন্দু ৰায় চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল । ২০১০ চনৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰা ৰায়ে বহু কেইখন কিতাপ ৰচনা কৰিছিল । সাহিত্যিক গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে চাপৰ অঞ্চল । দীৰ্ঘ দিনৰ পৰা বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ ৰায়ে শেষ নিশ্বাস ত্যাগ কৰে শুকুৰবাৰে ৷

বিশিষ্ট কবি-সাহিত্যিক নিৰদেন্দু ৰায়ৰ শেষ নিশ্বাস ত্যাগ

ABOUT THE AUTHOR

...view details