অসম

assam

ETV Bharat / state

ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ

জিলা খাদ্য আৰু যোগান বিভাগৰ অভিযানত ধুবুৰীত প্ৰায় ৪২ কুইন্টল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ চাউল জব্দ ৷

ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ

By

Published : Aug 8, 2019, 3:27 PM IST

Updated : Aug 8, 2019, 4:37 PM IST

নিউজ ডেস্ক, 8 আগষ্টঃ ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ ৷ জিলা খাদ্য আৰু যোগান বিভাগৰ অভিযানত ধুবুৰীৰ এ আৰ ট্ৰেডাৰ্চৰ গুদামৰ পৰা জব্দ কৰিলে প্ৰায় ৪২ কুইন্টল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ চাউল। জিলা খাদ্য আৰু যোগান বিভাগৰ বিষয়া বিপিন চক্ৰৱৰ্তীৰ নেতৃত্বত চলিছিল এই অভিযান।

ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ

ধুবুৰীৰ পৰা বাংলাদেশলৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং চালান দিয়াৰ অভিযোগ আছিল দীৰ্ঘদিনীয়া। তাৰেই ভিত্তিত জিলা খাদ্য আৰু যোগান বিভাগে অভিযান চলাই জব্দ কৰে চাউলখিনি ৷

Last Updated : Aug 8, 2019, 4:37 PM IST

ABOUT THE AUTHOR

...view details