ধুবুৰী,১জুন : শনিবাৰে বিলাসীপাৰাৰ সোনামুখী ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । ৩০ বছৰ সেনাবাহিনীৰ কেপ্টেইন পদত থাকি ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা মহাম্মদ সোনাউল্লাহ নামৰ বিষয়াজনক বিদেশী ন্যায়াধিকৰনণ অবৈধ বিদেশী সজাই ডিটেনচন কেম্পত প্ৰেৰণ কৰাত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ।
বিলাসীপাৰাত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ - মহাম্মদ সোনাউল্লাহ
৩০ বছৰ সেনাবাহিনীৰ কেপ্টেইন পদত থাকি ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা মহাম্মদ সোনাউল্লাহ নামৰ বিষয়াজনক বিদেশী ন্যায়াধিকৰনণ অবৈধ বিদেশী সজাই ডিটেনচন কেম্পত প্ৰেৰণ কৰাত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ।
বিলাসীপাৰাৰ ৰাজপথত উত্তাল প্ৰতিবাদ
প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সেনা বিষয়াজনক বিনা চৰ্তে মুক্তিৰ দাবী কৰে ।