অসম

assam

ETV Bharat / state

ধুবুৰীৰ গোলকগঞ্জত পথ দুৰ্ঘটনাঃ নিহত 1

ধুবুৰীৰ গোলকগঞ্জত নিশা পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত সানছাৰ আলী নামৰ এজন বৃদ্ধ ৷

By

Published : Mar 16, 2019, 5:23 AM IST

ধুবুৰীৰ গোলকগঞ্জত পথ দুৰ্ঘটনাঃ নিহত 1

ধুবুৰী, 16 মাৰ্চঃ ধুবুৰীৰ গোলকগঞ্জত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। গোলোকগঞ্জৰ তালেৰতল ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা৷ দুৰ্ঘটনা নিহত হয় সানছাৰ আলী নামৰ এজন বৃদ্ধ।

ধুবুৰীৰ গোলকগঞ্জত পথ দুৰ্ঘটনাঃ নিহত 1
ঘাইপথ অতিক্ৰম কৰাৰ সময়তে অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় লোকজন । নিহত লোকজনৰ ঘৰ সিন্দুৰাই দ্বিতীয় খণ্ড গাঁৱত। ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখনে পলায়ন কৰে ৷

ABOUT THE AUTHOR

...view details