অসম

assam

ETV Bharat / state

হিমন্তক কথোৰ সমালোচলা আজমলৰ - অসম বিধানসভা নিৰ্বাচন

নিৰ্বাচনী আয়োগৰ ৰোষত পৰা হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা বদৰুদ্দিন আজমলৰ ৷

ajmal-slams-himanta
হিমন্তক কথোৰ সমালোচলা আজমলৰ

By

Published : Apr 4, 2021, 7:52 PM IST

ধুবুৰী, 4 এপ্ৰিল:2021 চনৰ বিধান সভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ ইতিমধ্যেই যবনিকা পৰিছে ৷ বিগত কেইবাটাও নিৰ্বাচনৰ দৰেই এইবাৰৰ বিধান সভা নিৰ্বাচনতো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছিল এ আই ইউ ডি এফৰ দলপতি বদৰুদ্দিন আজমল ৷ মূলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমলৰ বিৰুদ্ধে সভ্য়তাৰ যুদ্ধৰ কথা কৈ আৰম্ভণি কৰা বাকযুদ্ধ এইবেলিৰ নিৰ্বাচনৰ অন্য়তম বিতৰ্কিত অধ্য়ায় হৈ আছে ৷

হিমন্তক কথোৰ সমালোচলা আজমলৰ

শেহতীয়াকৈ বি পিএফৰ দলপতি হাগ্ৰামা মহিলাৰীক সমালোচনা কৰিবলৈ গৈ নিৰ্বাচনী আয়োগৰ ৰোষত পৰা হিমন্ত বিশ্ব শৰ্মাকো ক্ষুৰধাৰ সমালোচনা কৰা দেখা গ’ল বদৰুদ্দিন আজমলক ৷ ধুবুৰীত শনিবাৰে আজমলে কয় যে,‘‘হিমন্ত এতিয়া ঘৰতে আছে, চাইকেল চলাব পৰা নাই হিমন্তই, বদৰভাইক গালি-গালাজ কৰিব পৰা নাই হিমন্তই’’ আজমল-হিমন্তৰ এই বাকযুদ্ধৰ ফলাফল কি হয় অৱশ্য়ে সেইয়া 2 মে’ত ফলাফল ঘোষণাৰ পিছত হে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক-দিছপুৰত হিমন্ত আউট হ'ব,হাগ্ৰামা ইন হ'ব:হাগ্ৰামা মহিলাৰী

ABOUT THE AUTHOR

...view details