ধেমাজি , ৩১ জানুৱাৰী : সমগ্ৰ ৰাজ্য়জুৰি পালন কৰা হৈছে মে-ডাম-মে-ফী । ধেমাজি জিলাৰো ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে আহোম সম্প্ৰদায়ৰ পৰম্পৰাগত এই উৎসৱ । পবিত্ৰ দিনটোতে ধেমাজিৰ বিধায়ক ডা: ৰণোজ পেগুৱে মুকলি কৰে খলিহামাৰী টাই কৃষ্টি বিকাশ কেন্দ্ৰ ।
ধেমাজিৰ খলিহামাৰী টাই কৃষ্টি বিকাশ কেন্দ্ৰ উদ্বোধন - বিধায়ক পুঁজিৰ পৰা আবন্টিত দুই লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি তোলা হৈছে পশ্চিম ধেমাজিৰ খলিহামাৰী টাই কৃষ্টি বিকাশ কেন্দ্ৰটি
ধেমাজিৰ বিধায়ক ডা: ৰণোজ পেগুৱে মুকলি কৰে খলিহামাৰী টাই কৃষ্টি বিকাশ কেন্দ্ৰ । ১১৩নং ধেমাজি বিধান সভাৰ সমষ্টিৰ বিধায়ক পুঁজিৰ পৰা আবন্টিত দুই লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি তোলা হৈছে পশ্চিম ধেমাজিৰ খলিহামাৰী টাই কৃষ্টি বিকাশ কেন্দ্ৰটি ।
ধেমাজিৰ খলিহামাৰী টাই কৃষ্টি বিকাশ কেন্দ্ৰ উদ্বোধন
১১৩নং ধেমাজি বিধান সভা সমষ্টিৰ বিধায়ক পুঁজিৰ পৰা আবন্টিত দুই লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি তোলা হৈছে পশ্চিম ধেমাজিৰ খলিহামাৰী টাই কৃষ্টি বিকাশ কেন্দ্ৰটি । স্থানীয় বিধায়ক গৰাকীয়ে কেন্দ্ৰটো উদ্বোধন কৰি সমবেত স্থানীয় ৰাইজক পৱিত্ৰ মে-ডাম-মে-ফীৰ শুভেচ্ছা জনায় ৷
লগতে পঢ়ক :ডিফুৰ হােৱাইট ড'ভ চছাইটীৰ উদ্যোগত মাৰাথন প্রতিযােগিতা