অসম

assam

ETV Bharat / state

ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মীপূজা উদযাপন

সমগ্ৰ ৰাজ্যৰ লগতে চিলাপথাৰৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী লক্ষ্মীপূজা । পৰম্পৰাগত নীতি-নিয়মেৰে শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লক্ষ্মীপূজা ।

ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মীপূজা উদযাপন
ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মীপূজা উদযাপন

By

Published : Oct 31, 2020, 10:44 PM IST

জোনাই: 31 অক্টোবৰ :ধেমাজিৰ চিচিবৰ গাঁৱত পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন হ’ল শ্ৰী শ্ৰী লক্ষ্মীপূজা ৷ সমগ্ৰ ৰাজ্যৰ লগতে চিলাপথাৰৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী লক্ষ্মীপূজা ।

ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মীপূজা উদযাপন

চিচিবৰ গাঁও চাৰিআলিৰ মাজমজিয়াত অৱস্থিত লক্ষ্মী মন্দিৰটোত বিগত চল্লিছ বছৰে বৃহত্তৰ চিচিবৰ গাঁও অঞ্চলৰ ৰাইজে সমূহীয়াভাৱে শ্ৰী শ্ৰী লক্ষ্মীপূজা অনুষ্ঠিত কৰি আহিছে । এইবছৰো পৰম্পৰাগত নীতি-নিয়মেৰে শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লক্ষ্মীপূজা ।

লগতে পঢ়ক:ভাৰতীয় সেনালৈ 20 লাখ টকা দান কৰা কোন এইগৰাকী মহিলা ৰাজনীতিবিদ ?

ABOUT THE AUTHOR

...view details