অসম

assam

Accident at NHPC project: পুনৰ NHPC ৰ প্ৰকল্পত শ্ৰমিকৰ মৃত্যু

By

Published : Oct 31, 2022, 9:51 PM IST

পুনৰ অঘটন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত (Lower Subansiri Hydroelectric Power Project) ৷ এইবাৰ NHPCৰ সোঁ পাৰৰ পৰা পৰি মৃত্যু হয় এজন শ্ৰমিকৰ (Labour died in NHPC project of Gerukamukh) ৷

Labour died in NHPC project of Gerukamukh
পুনৰ NHPC ৰ প্ৰকল্পত শ্ৰমিকৰ মৃত্যুৰ কিৰিলি

  • পুনৰ অঘটন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত (Lower Subansiri Hydroelectric Power Project)
  • এটাৰ পিছত আনটো বিপদে যেন লগা এৰা নাই NHPCক (Accident at NHPC project)
  • সোমবাৰে NHPCৰ সোঁ পাৰৰ পৰা পৰি মৃত্যু হয় এজন শ্ৰমিকৰ (Labour died in NHPC project of Gerukamukh)
  • অৱশ্যে এই মুহূৰ্তলৈকে শ্ৰমিকজনৰ নাম সহ সবিশেষ তথ্য জানিব পৰা হোৱা নাই

ABOUT THE AUTHOR

...view details