অসম

assam

ETV Bharat / state

লালীক সন্তুষ্ট কৰিবলৈ জোনাইত হোম যজ্ঞ... - দিনজোৰা হোম যজ্ঞ

দিনজোৰা কাৰ্যসূচীৰে এইবাৰ নেদেখাজনলৈ আবেদন ৰাইজৰ ৷ অহাবাৰ যাতে এইবাৰৰ দৰে নহয় ৷ জোনাইৰ লালী নদীৰ পাৰত সোমবাৰে পুৱাৰ পৰা চলিছে দিনজোৰা হোম যজ্ঞ ৷

লালী নদীৰ ভয়ংকৰ খহনীয়া

By

Published : Sep 2, 2019, 2:31 PM IST

জোনাই, 2ছেপ্তেম্বৰঃ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই যাতে আৰু খেদি নাহে বেৰাচাপৰি অঞ্চলৰ ৰাইজক ৷ জলসম্পদ বিভাগক আবেদন দিও কামত নাহিল ৷ অৱশেষত চৰকাৰৰ ওচৰত নহয় জলদেৱতাৰ ওচৰত খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰাৰ্থনা জনালে জোনাইৰ বেৰাচাপৰি অঞ্চলৰ ৰাইজে ৷ জোনাইৰ বেৰা চাপৰিত এতিয়াও অব্যাহত আছে লালী নদীৰ ভয়ংকৰ খহনীয়া | লালী নদীৰ ভয়ংকৰ খহনীয়াত নকৈ জাহ গৈছে বেৰা চাপৰিৰ বহু পৰিয়ালৰ ঘৰবাৰী কৃষিভূমি | গৃহহাৰা হৈ পৰিছে বেৰা চাপৰি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক পৰিয়াল | চাওক আমাৰ এক প্ৰতিবেদন...

লালীক সন্তুষ্ট কৰিবলৈ জোনাইত হোম যজ্ঞ

ABOUT THE AUTHOR

...view details