ধেমাজি, 16 নৱেম্বৰ :ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি জিলা উপায়ুক্তৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰে পৌৰোহিত্য কৰা সভাত সাংবাদিকৰ সমস্যাৰ আৰু নিৰাপত্তাৰ ওপৰত আলোকপাত কৰে বিভিন্নজনে ৷ ধেমাজি জিলা আৰক্ষী অধীক্ষক ধনঞ্জয় ঘানাৱট, ধেমাজিৰ জ্যেষ্ঠ সাংবাদিক উমেশ চেতিয়া , গোৱিন মেদকে আদি কৰি উপস্থিত থকা নবীন-প্ৰবীণ দুকুৰি সংবাদকৰ্মীক ধেমাজি জিলা৷ প্ৰশাসনৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় ৷
ধেমাজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন
ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি জিলা উপায়ুক্তৰ সভা কক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰে পৌৰোহিত্য কৰা সভাত সাংবাদিকৰ সমস্যাৰ আৰু নিৰাপত্তাৰ ওপৰত আলোকপাত কৰে বিভিন্নজনে ৷
ধেমাজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন
লগতে পঢ়ক: কংগ্ৰেছৰ পৰা পদত্যাগ বিশ্বজিৎ ৰায়ৰ