অসম

assam

ETV Bharat / state

ধেমাজিত অঘটনঃ মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন

ধেমাজিত মাছ মাৰিবলৈ গৈ জলাশয়ত সন্ধানহীন হয় অজন লোক ৷ সন্ধানহীন লোকজনৰ নাম প্ৰাণকুমাৰ বুঢ়াগোঁহাই ৷ বৰ্তমানেও লোকজনৰ সন্ধানত অব্যাহত আছে অভিযান ৷

By

Published : Jan 28, 2021, 10:51 PM IST

dhemaji-man-missing
ধেমাজিত অঘটনঃ মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন

ধেমাজি, 28 জানুৱাৰী : ধেমাজি আৰক্ষী থানাৰ অধীনৰ কোৱাফলাত বৃহস্পতিবাৰে মাছ মাৰিবলৈ গৈ সন্ধানহীন হয় এজন লোক ৷ সন্ধানহীন লোকজনৰ নাম প্ৰাণকুমাৰ বুঢ়াগোঁহাই ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে, বেতনিঘূলিত নামৰ গভীৰ জলাশয়টোত মাছ মাৰিবলৈ গৈ দ’ পানীত ডুব দিয়াৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে লোকজন ৷

ধেমাজিত অঘটনঃ মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন

ইতিমধ্যে ঘটনাস্থলীত এছডিআৰএফ আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি যুগুত কৰাৰ পৰ্যন্ত লোকজনৰ কোনো সন্ধান লাভ কৰা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: পথৰুঘাটৰ ৰণঃ ইতিহাসৰ পাতত ধূসৰ হোৱা এক জীয়া কাহিনী

ABOUT THE AUTHOR

...view details