ধেমাজি, 21 অক্টোবৰ : ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া মন্দিৰা বৰুৱাই কাৰ্যালয়লৈ যোৱা লোকক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ বিষয়াগৰাকীৰ এনে আচৰণৰ প্ৰতিবাদ জনাই বুধবাৰে ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল‘গানেৰে ৰাজহ চক্ৰ বিষয়াৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ
ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া মন্দিৰা বৰুৱাই কাৰ্যালয়লৈ যোৱা লোকক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ বিষয়াগৰাকীৰ এনে আচৰণৰ প্ৰতিবাদ জনাই বুধবাৰে ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল‘গানেৰে ৰাজহ চক্ৰ বিষয়াৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ
লগতে পঢ়ক: নয়দাত আৰক্ষী-অপৰাধীৰ সংঘাতঃ এজনক গ্ৰেপ্তাৰ