Russia Ukraine war : যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ
ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ বৃহৎ খবৰ ৷ সাময়িকভাৱে যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ ৷
Manipur 2nd Phase polling: মণিপুৰৰ ভোটাৰলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ আহ্বান...
মণিপুৰৰ ৬ খন জিলাত শনিবাৰে অনুষ্ঠিত হৈছে দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (Manipur election 2nd Phase polling)। পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে ভোটাৰসকলক বিশেষ আহ্বান জনাইছে ।
Assam Municipal Election 2022 : তিতাবৰত ভোটকেন্দ্ৰলৈ ৰাওনা পুলিং-প্ৰিজাইডিং বিষয়া
6 মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰসভা নিৰ্বাচন (Assam municipal election 2022) ৷ যাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে তিতাবৰ মহকুমা প্ৰশাসনৰ লগতে তিতাবৰ জিলা নিৰ্বাচনী কাৰ্যালয় (Municipal election preparation at Titabor) ৷
Russia Ukraine war : ইউক্ৰেইনৰ পৰা ১১ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকক স্থানান্তৰ
ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ অব্যাহত আছে । ইউক্ৰেইনত আৱদ্ধ প্ৰায় ১১ হাজাৰ ভাৰতীয় নাগৰিকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে (Over 11000 Indian nationals evacuated from Ukraine)। শনিবাৰে ১৭০ গৰাকী ভাৰতীয়ৰ সৈতে এয়াৰ ইণ্ডিয়াৰ আন এখন বিমান আহি অৱতৰণ কৰে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত । বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে আদৰণি জনায় নাগৰিকসকলক ।
Blast outside expelled BJP leader's : মণিপুৰত বহিষ্কৃত বিজেপি নেতাৰ বাসগৃহত বিস্ফোৰণ
মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ (Manipur Assembly Election 2022) দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ভয়ংকৰ বোমা বিস্ফোৰণ । বহিষ্কৃত বিজেপি নেতা চোংথাম বিজয়ৰ বাসগৃহত বোমা বিস্ফোৰণ । দুচকীয়া বাহনত অহা দুৰ্বৃত্তই নেতাগৰাকীৰ বাসগৃহলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰে । ঘটনাৰ তদন্ত আৰম্ভ ।