দৰঙৰ দলগাঁৱত সামাজিক বিবাহত বহিল 4 যোৰ দম্পত্তি
এনিশাৰ বাবে কেঁচুৱা আনৰ কোলাত দি পিতৃ মাতৃ আহিছে বিবাহ হ'বলৈ কাৰণ সমাজৰ নিয়ম l বিবাহ হ'বই লাগিব ৷ সমাজত চলিবলৈ হ'লে সামাজিক নীতি নিয়ম মানিবই লাগিব ৷
দৰঙৰ দলগাঁৱত সামাজিক বিবাহত বহিল 4 যোৰ দম্পত্তি
দৰং, 18 জুনঃ এযোৰ দুযোৰ নহয় দলগাঁৱত চাৰি যোৰকৈ দম্পত্তি বহিল হোমৰ জুইৰ আগত ৷ সম্পূৰ্ণ ৰীতি নীতিৰে বিবাহ পাশত আবদ্ধ হ'ল 4 যোৰ দৰা কইনা ৷ কিন্তু সকলোৱে আছে একোটিকৈ সন্তান ৷ কাৰণ সামাজিক ভাৱে বিবাহত বহিব নোৱাৰা 4 যোৰ দম্পত্তিক বিয়া পাতি দিলে সমাজে ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত....