দৰঙত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু - মৃত্যু
দৰঙত পুনৰ জাপানীজ এনকেফেলাইটিছত আক্ৰন্ত ৰোগীৰ মৃত্যু ৷ মৃত লোকগৰাকী ছিপাঝাৰৰ তুৰাই গাঁৱৰ কমৰুজ জামান ৷
দৰঙত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু
দৰং,14 জুলাইঃ ২২ জুনৰ পৰা ৰহমান হস্পিতালত জাপানীজ এনকেফেলাইটিছ ৰোগত চিকিৎসাধীন হৈছিল কমৰুজ জামান । সুদীৰ্ঘ 22 দিন ধৰি চিকিৎসা কৰাৰ পিছত শনিবাৰে ঘৰলৈ ঘূৰাই অনাৰ পিছতেই নিজ ঘৰতেই মৃত্যু হয় লোকজনৰ । উল্লেখ্য যে, কমৰুজ জামান ৰইনাকুচি মৌজাৰ মৌজাদাৰ আছিল ৷