মঙ্গলদৈ,30 অক্টোবৰ:কিমান কঠোৰ হৃদয়ৰ হ'লে এগৰাকী মাতৃয়ে নিজৰ সদ্যজাত সন্তানক নিজ হাতেৰে ল'ব পাৰে জীৱন ? হয়, তেনে এক ঘটনাই সংঘটিত হৈছে মঙ্গলদৈত ৷ চহৰখনৰ বনুৱা চুবাত পাষণ হৃদয়ৰ এগৰাকী মাতৃয়ে এটি খাললৈ দলিয়ালে সদ্যজাত সন্তানক ৷ স্থানীয় লোকৰ অভিযোগ মতে, মহিলা গৰাকীৰ স্বামী বন্ধ্য়াকৰণ হোৱাৰ পিছতো নিজ পত্নীয়ে সন্তান জন্ম দিয়াৰ ৰহস্যময় ঘটনাটো নোহোৱা কৰিবৰ বাবেই এই জাঘন্য কাণ্ড সংঘটিত কৰে ।
মঙ্গলদৈত পাষণ হৃদয়ৰ মাতৃৰ হাতত প্ৰাণ গ'ল সদ্যজাতকৰ - মঙ্গলদৈ
মঙ্গলদৈত মাতৃৰ হাতত প্ৰাণ গ'ল সদ্যজাতকৰ ৷ নিজৰ দোষ ঢাকিবলৈ প্ৰাণ ল'লে নিজ সন্তানৰ ৷
মঙ্গলদৈত পাষণ হৃদয়ৰ মাতৃৰ হাতত প্ৰাণ গ'ল সদ্যজাতকৰ