অসম

assam

By

Published : May 22, 2019, 8:55 PM IST

ETV Bharat / state

দৰঙত ইফটাৰৰ সামগ্ৰী বিতৰণ

পবিত্ৰ ৰমজান মাহ উপলক্ষে পপুলাৰ ফ্ৰন্টৰ দৰং জিলা সমিতিয়ে দলগাঁও আঞ্চলিক সমিতিৰ সহযোগত ইছলাম ধৰ্মাৱলম্বী লোকৰ এশৰো অধিক দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, চেনি, খেজুৰ, দালি, মিঠাতেল, আদি বিতৰণ কৰে ।

দৰঙৰ দলগাঁৱত দৰিদ্ৰ পৰিয়ালৰ মাজত এফতাৰ কিট বিতৰণ

দলগাওঁ, 22 মে': দৰঙৰ দলগাঁৱত দৰিদ্ৰ পৰিয়ালৰ মাজত পপুলাৰ ফ্ৰন্টৰ ইফটাৰৰ সা-সামগ্ৰী বিতৰণ ৷ পবিত্ৰ ৰমজান মাহ উপলক্ষে পপুলাৰ ফ্ৰন্টৰ দৰং জিলা সমিতিয়ে দলগাঁও আঞ্চলিক সমিতিৰ সহযোগত ইছলাম ধৰ্মাৱলম্বী লোকৰ এশৰো অধিক দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, চেনি, খেজুৰ, দালি, মিঠাতেল, আদি বিতৰণ কৰে ।

দৰঙৰ দলগাঁৱত দৰিদ্ৰ পৰিয়ালৰ মাজত এফতাৰ কিট বিতৰণ

ABOUT THE AUTHOR

...view details