অসম

assam

ETV Bharat / state

দলগাঁৱত সুলভ মূল্যৰ চাউলৰ চোৰাং বেহাঃ গ্ৰেপ্তাৰ 1

আৰক্ষীয়ে 39 বস্তা চাউল জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে এজন চোৰাং ব্যৱসায়ীক ৷

দলগাঁৱত সুলভ মূল্যৰ চাউলৰ চোৰাং বেহাঃ গ্ৰেপ্তাৰ 1

By

Published : Jun 9, 2019, 7:04 PM IST

দলগাঁও,9 জুনঃ দুখীয়াৰ বাবে চৰকাৰে যোগান ধৰা সুলভ মূল্যৰ 39 বস্তা চাউল জব্দ কৰে দৰঙৰ দলগাঁও আৰক্ষীয়ে । অধিক মুনাফাৰ বাবে চাউল খিনি দলগাঁৱৰ ঢেকেৰী গাঁওস্থিত ৰাইচ মিলত পেকেটিং কৰি বজাৰত বিক্ৰীৰ বাবে মজুত কৰি ৰখা অৱস্থাত দলগাঁও আৰক্ষীয়ে চাউল খিনি জব্দ কৰে আৰু ৰাইচ মিলৰ স্বত্বাধিকাৰী আব্দুল ৱাদুদক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে । সুলভ মূল্যৰ চাউলৰ উক্ত চোৰাং বেহাৰ বিৰুদ্ধে দলগাঁও আঞ্চলিক আমছুৱে এখন এজাহাৰ দাখিল কৰাৰ লগতে দৰং জিলা উপায়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

দলগাঁৱত সুলভ মূল্যৰ চাউলৰ চোৰাং বেহাঃ গ্ৰেপ্তাৰ 1

ABOUT THE AUTHOR

...view details