অসম

assam

By

Published : Jun 21, 2019, 10:58 AM IST

ETV Bharat / state

দলগাঁৱত গঁড় চিকাৰী আটক

বৃহস্পতিবাৰে নিশা দলগাঁও আৰক্ষীৰ অভিযানত সুৰেন হেমৰন নামৰ এটা দুৰ্ধৰ্ষ গঁড় চিকাৰী আটক ৷

দলগাঁৱত গঁড় চিকাৰী আটক

  • দলগাঁৱৰ শ্যামপুৰত দুৰ্ধৰ্ষ গড় চিকাৰী আটক
  • উদ্ধাৰ এটা 303 ৰাইফল আৰু 11 জাই সজীৱ গুলী
  • দৰং আৰক্ষীৰ অভিযানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটক দুৰ্ধৰ্ষ গড় চিকাৰীটো
  • বগৰীবাৰী চৰৰ পৰা আৰক্ষীয়ে অভিযান চলায় আটক কৰে সুৰেন হেমৰনক
  • সুৰেন হেমৰনৰ ঘৰ সৰু পথাৰৰ ৰাণী পুখুৰী গাঁৱত

ABOUT THE AUTHOR

...view details