অসম

assam

ETV Bharat / state

দৰঙত পুনৰ এনকেফেলাইটিছ ৰোগত মৃত্যু এজন লোকৰ - মঙলদৈ

ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগ । দৰং জিলাতো এতিয়ালৈকে ৭ জন লোক এই ৰোগত আক্ৰান্ত হৈছে । কিন্তু যোৱা নিশা গুৱাহাটীৰ GNRC হাস্পতালত জাপানীজ এনকেফেলাইটিছ ৰোগত চিকিৎসাধীন অৱস্থাত ৰহিমুদ্দিন আহমেদ নামৰ লোক জনৰ মৃত্যু হয় ।

দৰঙত পুনৰ এনকেফ্লাইটিজ ৰোগত মৃত্যু এজন লোকৰ

By

Published : Jul 3, 2019, 6:08 PM IST

দৰং, ৩ জুলাইঃ

  • দৰঙত জাপানীজ এনকেফেলাইটিছ ৰোগত পুনৰ মৃত্যু এজন লোকৰ
  • মৃত লোক জনৰ নাম ৰহিমুদ্দিন আহমেদ (৬৮)
  • লোক জনৰ ঘৰ মঙলদৈৰ নগৰবাহীত
    দৰঙত পুনৰ এনকেফ্লাইটিজ ৰোগত মৃত্যু এজন লোকৰ
  • ৰহিমুদ্দিন আহমেদ গুৱাহাটী GNRC ত চিকিৎসাধীন হৈ আছিল
  • যোৱা নিশা মৃত্যু হয় ৰহিমুদ্দিনৰ
  • জিলাখনত এতিয়াও ৭ জন লোক এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ আছে

ABOUT THE AUTHOR

...view details