অসম

assam

ETV Bharat / state

চিৰাঙত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

চিৰাঙত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ ৷ এছএছটি আৰু আৰক্ষীৰ এটা দলে যৌথভাৱে অভিযান চলাই জব্দ কৰে 6 কাৰ্টুন বিলাতী সুৰা ৷

chirang-liquor-seized-by-sst-and-police
চিৰাঙত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

By

Published : Mar 26, 2021, 7:07 PM IST

চিৰাং, 26 মাৰ্চ : চিৰাঙত শুকুৰবাৰে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাসুগাঁও-ছালাকাটি পথত জব্দ কৰা হৈছে 6 কাৰ্টুন বিলাতী সুৰা ৷

এছএছটি আৰু আৰক্ষীৰ এটা দলে যৌথভাৱে অভিযান চলাই বাসুগাঁও চহৰৰ পৰা ছালাকাটিৰ পিনে গৈ থকা অট’ৰিক্সা এখনৰ পৰা জব্দ কৰে সুৰাখিনি ৷ আৰক্ষীৰ তালাচী চলি থকাৰ সময়তে সুৰা কঢ়িয়াই অনা লোকজন পলাই সাৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: নিৰ্বাচনী সভা হ'ব পাৰিলে বিহু কিয় হ'ব নোৱাৰিবঃ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details