অসম

assam

ETV Bharat / state

চিৰাঙত এতিয়া সুলভ অবৈধ মৰণাস্ত্ৰ

মঙলবাৰে নিশা পাণবাৰীত বাক্সা জিলা আৰক্ষী অধীক্ষকৰ অভিযানত গ্ৰেপ্তাৰ হয় ব্যৱসায়ীকেইজন

চিৰাঙত গ্ৰেপ্তাৰ তিনি অবৈধ মৰণাস্ত্ৰ ব্যৱসায়ী

By

Published : May 29, 2019, 7:20 PM IST

চিৰাঙত গ্ৰেপ্তাৰ তিনি অবৈধ মৰণাস্ত্ৰ ব্যৱসায়ী

চিৰাং,২৯ মে': মঙলবাৰে নিশা চিৰাঙৰ পাণবাৰীত বাক্সা জিলাৰ আৰক্ষী অধীক্ষকে অভিযান চলাই উৎখাত কৰে অস্ত্ৰ ব্যৱসায়ীৰ বৃহৎ ঘাটি ৷ এই অভিযানযোগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি মৰণাস্ত্ৰ ব্যৱসায়ীক ৷জানিব পৰা মতে, ধৃত এন্টনী মুছাহাৰী,দেৰহাছত বসুমতাৰী আৰু মিথিংগা বসুমতাৰীয়ে দীৰ্ঘদিন ধৰি বিটিএডিত চলাই আহিছিল অবৈধ মৰণাস্ত্ৰৰ ৰমৰমীয়া বেহা । সম্প্ৰতি তিনিওকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে মুছলপুৰ থানাত । অৱশ্যে বৰ্তমানও পলাতক অৱস্থাত আছে মূল অভিযুক্ত মাৰ্কাছ গয়াৰী ৷

ABOUT THE AUTHOR

...view details