চিৰাং, 19 মেঃ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টি তথা 31 নং চিদলী(জনজাতি) বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰাঙৰ ভাৰত-ভূটান সীমান্ত পথৰ দুৰাৱস্থা ৷ স্থানীয় ৰাইজৰ পৰা পোৱা তথ্য অনুসৰি বিগত প্ৰায় 16 বছৰৰ পৰা এনেদৰে আছে এই পথছোৱা ৷ ৰাইজৰ অভিযোগ অনুসৰি প্ৰায় 8 ৰ পৰা 10 হাজাৰ লোকৰ যাতায়াতৰ এই পথছোৱা নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মডেল বিটিচিৰ সপোন দেখুওৱা হাগ্ৰামা ব্ৰিগেডে ৷
চিৰাঙৰ ভাৰত-ভূটান সীমান্ত পথৰ ফোপোলা স্বৰূপ - চিৰাং
ৰাইজৰ অভিযোগ অনুসৰি প্ৰায় 8 ৰ পৰা 10 হাজাৰ লোকৰ যাতায়াতৰ পথছোৱা নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মডেল বিটিচিৰ সপোন দেখুওৱা হাগ্ৰামা ব্ৰিগেডে ৷
চিৰাঙৰ ভাৰত-ভূটান সীমান্ত পথৰ ফোপোলা স্বৰূপ
এজাক বৰষুণতে বানপানী হোৱা জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ কয়লাময়লা, আমটেকা,মালিভিটা,বাঘমাৰা সংযোগী পথটোৰ বাবে চিকিৎসাৰ অভাৱত বহু লোকৰ মৃত্যু হোৱা বুলিও জানিবলৈ দিয়ে স্থানীয় লোকসকলে ৷