ভাৰতত দেখা গ’ল ৰমজানৰ চন্দ্ৰ : আজিৰে পৰা পবিত্ৰ ৰোজা
শনিবাৰে সন্ধিয়া ভাৰতত প্ৰত্যক্ষ কৰা হয় ৰমজানৰ প্ৰথমটো চন্দ্ৰ(Ramzan started from Saturday in India) ৷ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত দেখা যায় ৰমজানৰ চন্দ্ৰ ৷
Women's World Cup 2022 Final: সমুখ সমৰত ইংলেণ্ড-অষ্ট্ৰেলিয়া
মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেল 2022ত আজি সমুখ সমৰত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া(Women's World Cup 2022 Final) ৷ অষ্ট্ৰেলিয়াই ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজক আৰু ইংলেণ্ডে ছেমি ফাইনেলত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে ৷
মহাবিস্ফোৰণ: ৰিপুণ বৰাৰ পৰা ১ কোটি ৬০ লাখ লৈছিল AIUDF এ
ৰাজ্যসভা নিৰ্বাচন শেষ হ'ল । বিজেপিয়ে দুয়োজন বিজয়ী প্ৰাৰ্থীক গামোচা পিন্ধাই অভিনন্দনো জনালে । কিন্তু নিৰ্বাচনৰ পাৰ্শ্চক্ৰিয়া এতিয়াও মাৰ যোৱা নাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ আভ্যন্তৰত । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে' পুৰকায়স্থই শনিবাৰে ঘটালে আন এক মহাবিস্ফোৰণ (kamalakhya dey purkayastha's controversial statement against AIUDF) । তেওঁ কয় যে, ৰিপুণ বৰাক প্ৰাৰ্থিত্ব দিয়া হৈছিল এআইইউডিএফে বিচৰাৰ বাবেহে । ইয়াৰ বিনিময়ত ৰিপুণ বৰাৰ পৰা এ আই ইউ ডি এফে লৈছিল ১ কোটি ৬০ লাখ টকা ।
Firing in Arunachal Pradesh: সেনাৰ গুলীত আহত অৰুণাচলৰ দুই নিৰপৰাধী যুৱক
মাছ ধৰিবলৈ যোৱা দুই যুৱকৰ ওপৰত গুলীচালনা সেনাৰ ৷ আহত হয় দুজন নিৰীহ যুৱকৰ । অৰুণাচলৰ টিৰাপ জিলাৰ কাছগাঁৱত সংঘটিত হয় এই ঘটনা (Youth injured in firing by Indian Army) ৷
APSC কেলেংকাৰী : ন্যায়াধীশ শৰ্মা আয়োগে দাখিল কৰিলে প্ৰতিবেদন
যোৱা সময়চোৱাত অসম লোকসেৱা আয়োগত সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন শনিবাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে চৰকাৰক দাখিল কৰে । জানো আহক ন্যায়াধীশ শৰ্মাই ইটিভি ভাৰতক এই সন্দৰ্ভত কি ক’লে (justice Biplab kumar Sarma on APSC scam) ৷