অসম

assam

ETV Bharat / state

লতাশিল থানা পালেহি উগ্ৰতাৰাৰ বিগ্ৰহ

গোলাঘাটৰ পৰা গুৱাহাটীলৈ লৈ অনা হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ ৷

লতাশিল থানাত উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

By

Published : May 2, 2019, 2:05 PM IST

গুৱাহাটী, 2 এপ্ৰিলঃঅৱশেষত গুৱাহাটীলৈ লৈ অনা হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ ৷ গোলাঘাট আৰক্ষীয়ে লতাশিল আৰক্ষীক আনুষ্ঠানিকভাৱে চমজাই দিয়ে 975 বছৰ পুৰনি অষ্ট-ধাতুৰ বিগ্ৰহটো ৷

লতাশিল থানাত উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

ইতিমধ্যে মন্দিৰৰ বিগ্ৰহটো চাবলৈ অজস্ৰ লোকে আহি ভিৰ কৰিছেহি লতাশিল থানাত ৷ মন্দিৰৰ দলৈয়ে জানিবলৈ দিয়া অনুসৰি, লতাশিল থানাৰ পৰা আদালতলৈ লৈ যোৱাৰ পৰৱৰ্তী সময়ত মন্দিৰ কৰ্তৃপক্ষক গতাই দিয়া হ'ব বিগ্ৰহটো ৷ ইতিমধ্যে আৰক্ষী থানাতেই ধূপ-ধুনা জ্বলাই ৰখা হৈছে বিগ্ৰহটো ৷

ABOUT THE AUTHOR

...view details