গুৱাহাটী, 13 মাৰ্চঃ আউটকাষ্ট নামৰ অসমীয়া ছবিখনৰ বেনাৰ পোষ্টাৰকলৈ ক্ষোভিত একাংশ তৃতীয় লিংগৰ লোকৰ ৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে ছবিখন শীঘ্ৰে বন্ধ কৰাৰ দাবী উত্থাপন কৰে ৷
লোকসভা নিৰ্বাচনত ভোট নিদিয়াৰ সিদ্ধান্ত তৃতীয় লিংগৰ - transgender
আউটকাষ্ট নামৰ অসমীয়া ছবিখনত তৃতীয় লিংগৰ বিষয়ে ভুলকৈ উপস্থাপন কৰাৰ অভিযোগ ৷ চৰকাৰে ছবিখনৰ নিৰ্মাতাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে বুলি দাবী কৰে তৃতীয় লিংগক নেতৃত্ব দিয়া স্বাতী বিধান বৰুৱাই ।
তৃতীয় লিংগৰ ভোট বৰ্জন সিদ্ধান্ত
চৰকাৰে ছবিখনৰ নিৰ্মাতাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে বুলি দাবী কৰেতৃতীয় লিংগক নেতৃত্ব দিয়া স্বাতী বিধান বৰুৱাই । লগতে তৃতীয় লিংগৰ উন্নয়নৰ বাবে ২০১৪ চনতে অহা আইনখন চৰকাৰে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত আগন্তুক লোকসভা নিৰ্বাচনত ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে বুলিও সংবাদমেলত সদৰী কৰে ।