অসম

assam

ETV Bharat / state

বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ হাহাকাৰ

লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বিমানখনেৰে যাত্ৰা কৰাৰ কথা আছিল বহু যাত্ৰী ৷  বিমানখন বাতিল কৰাৰ লগতে বিকল্প ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰে যাত্ৰীসকল ৷

বিমান বাতিলক লৈ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ

By

Published : May 5, 2019, 10:52 PM IST

আজাৰা, 5 মে' : পুনৰ বিমান বাতিলক লৈ বৰঝাৰসস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি । ৰাজস্থানৰ জয়পুৰলৈ যোৱা বিমান বাতিলক লৈ হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় যাত্ৰীসকলৰ মাজত । Spice Jetৰ SG342 নম্বৰৰ বিমানখন সন্ধিয়া ৬:২০ত জয়পুৰলৈ উৰা মৰাৰ কথা আছিল যদিও হঠাৎ বিমানখন বাতিল হোৱাত প্ৰায় ১৯০ গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ লাগে । যাত্ৰীসকলৰ মাজত ৰোগাক্ৰান্ত লোকো আছে ৷

বিমান বাতিলক লৈ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ

আৰু পঢ়ক: ওড়িশাত আবদ্ধ দৰঙৰ মেধাৱী ছাত্ৰ


উল্লেখ্য যে সোমবাৰে ৰাজস্থানত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বিমানখনেৰে যাত্ৰা কৰাৰ কথা আছিল বহু যাত্ৰী ৷ বিমানখন বাতিল কৰাৰ লগতে বিকল্প ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰে যাত্ৰীসকল ৷

ABOUT THE AUTHOR

...view details