অসম

assam

ETV Bharat / state

শিলচৰত মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত - প্ৰতিবাদ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ প্ৰতিবাদকাৰীৰ

শিলচৰ প্ৰতিবাদ

By

Published : Feb 10, 2019, 7:52 PM IST

কাছাৰ, ১০ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত দেওবাৰে উত্তাল হ'ল শিলচৰ। শিলচৰৰ মধুৰাপুলত খিলঞ্জীয়া ঐক্য মঞ্চই মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

শিলচৰ প্ৰতিবাদ
বিভিন্ন জনগোষ্ঠীৰ ১৫জন প্ৰতিবাদকাৰীয়ে মুণ্ডন কাৰ্যসূচীৰে বিধেয়কখনৰ বিৰোধিতা কৰাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকাও দাহ কৰে।

ABOUT THE AUTHOR

...view details