অসম

assam

ETV Bharat / state

মহানগৰীৰ ভিন্ন স্থানত আবকাৰী বিভাগৰ অভিযান

উজানবজাৰ, আঠগাঁও, ভূটনাথ কালীপুৰ আদি অঞ্চলত প্ৰায় ১০০ লিটাৰ চুলাই নষ্ট কৰে অভিযানকাৰী দলটোৱে

মহানগৰীৰ বিভিন্ন স্থানত আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান

By

Published : May 25, 2019, 11:02 PM IST

গুৱাহাটী, 25 মে': ৰাজ্যত অব্যাহত আছে অবৈধ চুলাইৰ বেহা । একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীৰ চুকে কোণে বিক্ৰী কৰি আছে চুলাই । শনিবাৰে মহানগৰীৰ বিভিন্ন স্থানত অবৈধ চুলাইৰ বিৰুদ্ধে আৱকাৰী বিভাগে চলালে অভিযান । উজানবজাৰ, আঠগাঁও, ভূটনাথ কালীপুৰ আদি অঞ্চলত প্ৰায় ১০০ লিটাৰ চুলাই নষ্ট কৰে অভিযানকাৰী দলটোৱে। তাৰোপৰি উজানবজাৰৰ পৰা অবৈধ চুলাই বিক্ৰীৰ অভিযোগত ৰেণু ডেকা মাহাতো নামৰ এগৰাকী মহিলাক আটক কৰে আবকাৰী বিভাগে ।

মহানগৰীৰ বিভিন্ন স্থানত আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান

ABOUT THE AUTHOR

...view details