অসম

assam

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বুজ ল'বলৈ অসমলৈ আহিব বিশেষ দল

By

Published : Jul 9, 2019, 4:55 PM IST

জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীৰ বক্তব্য ৷

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বুজ ল'বলৈ অসমলৈ আহিব বিশেষ দল

দিল্লী, 9 জুলাইঃ অসমত বিগত কেইবাদিন ধৰি হৈ থকা জাপানীজ এনকেফেলাইটিছ ৰোগে কেন্দ্ৰকো চিন্তিত কৰি তুলিছে ৷ অসমৰ স্বাস্থ্য খণ্ডৰ বুজ লবলৈ শীঘ্ৰে অসমলৈ কেন্দ্ৰৰ এটা দল ৰাওনা হ'ব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে ৷

উল্লেখ্য যে, জাপানীজ এনকেফেলাইটিছত এই পৰ্যন্ত ৰাজ্যখনত 50 গৰাকীকৈ লোক আক্ৰান্ত হৈছে ৷

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বুজ ল'বলৈ অসমলৈ আহিব বিশেষ দল

ABOUT THE AUTHOR

...view details