অসম

assam

ETV Bharat / state

অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ - অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ

NRC সম্পূৰ্ণ হোৱাৰ পূৰ্বেই CAB গৃহীত কৰা হ'ব বুলি অসমৰ নিৰ্বাচনী সভাত কৰা মন্তব্যৰ বাবেই গোচৰ ৰুজু অসম আন্দোলন সংগ্ৰামী মঞ্চৰ

অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ

By

Published : May 11, 2019, 7:34 PM IST

  • বিজেপিৰ সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ
  • গোচৰ তৰিলে অসম আন্দোলন সংগ্ৰামী মঞ্চই
  • NRC সন্দৰ্ভত অমিত শ্বাহে কৰা মন্তব্যৰ বাবেই ৰুজু কৰা হয় গোচৰ
  • NRC সম্পূৰ্ণ হোৱাৰ পূৰ্বেই CAB গৃহীত কৰা হ'ব বুলি অসমৰ নিৰ্বাচনী সভাত ঘোষণা কৰিছিল অমিত শ্বাহে
  • ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি আছে NRCৰ কাম

ABOUT THE AUTHOR

...view details