অসম

assam

ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাবত কাৰ্টুন প্ৰদৰ্শনী

প্ৰায় ৪০ খন বছা বছা কাৰ্টুন প্ৰদৰ্শন গুৱাহাটী প্ৰেছ ক্লাবত

cartoon 1

By

Published : Feb 14, 2019, 6:34 PM IST

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় কাৰ্টুন প্ৰদৰ্শনী।

cartoon
কাৰ্টুনিষ্ট মুবীন ৰাভাৰ উদ্যোগত অনুষ্ঠিত ডিজিটেল কাৰ্টুন প্ৰদৰ্শনীত প্ৰায় ৪০ খন নিৰ্বাচিত কাৰ্টুন প্ৰদৰ্শন কৰা হয়। সাম্প্ৰতিক, ৰাজনৈতিক প্ৰেক্ষাপটৰ উপৰিও সামাজিক বিষয় সন্দৰ্ভটো কাৰ্টুন প্ৰদৰ্শন কৰা হয়।

ABOUT THE AUTHOR

...view details