অসম

assam

ETV Bharat / state

জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ হুংকাৰ

বৰপাৰাৰ আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আক্ৰাছুৰ সংবাদমেল

By

Published : Feb 9, 2019, 11:49 PM IST

বঙাইগাঁও, ৯ ফেব্ৰুৱাৰীঃ বঙাইগাঁৱৰ সদৌ কোঁচৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আক্ৰাছুৰ সংবাদ মেল সম্বোধন। শনিবাৰে বৰপাৰাস্থিত কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি আগন্তুক ১৩ ফেব্ৰুৱাৰী ভিতৰত কোঁচ ৰাজবংশী সহ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰে আক্ৰাছুয়ে।

akrsu press meet
নিৰ্ধাৰিত সময়ৰ ভিতৰত জনজাতিকৰণ নকৰিলে ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

ABOUT THE AUTHOR

...view details