অসম

assam

ETV Bharat / state

গুৱাহাটীৰ ৰাজপথত চলিব বৈদ্যুতিক বাছ - EtvBharatAssam

অসম ৰাজ্যিক পৰিবহণ নিগমে এতিয়াৰে পৰা আৰম্ভ কৰিব বৈদ্যুতিক বাছ সেৱা ৷ 15খনকৈ বৈদ্যুতিক বাছক মহানগৰীত সেৱা আগবঢ়াবলৈ সাজু কৰি তুলিছে এএছটিচিয়ে ৷

গুৱাহাটীৰ ৰাজপথত চলিব বৈদ্যুতিক বাছ

By

Published : Jun 11, 2019, 8:12 PM IST

Updated : Jun 11, 2019, 10:39 PM IST

গুৱাহাটী, 11 জুনঃঅসম ৰাজ্যিক পৰিবহণ নিগমে গুৱাহাটীত চলাব বৈদ্যুতিক বাছ ৷ চৰকাৰ ফেম (Faster Adoption and Manufacturing of Electric vehicles) আঁচনিৰ অধীনত চলিব 15খনকৈ বৈদ্যুতিক বাছ ৷

গুৱাহাটীৰ ৰাজপথত চলিব বৈদ্যুতিক বাছ

ইয়াৰে প্ৰথমখন বাছে কামাখ্যা মন্দিৰ পথত চলিব ৷ বাছসমূহৰ বাবে আইএছবিটি গড়চুক আৰু পল্টন বজাৰ শাখাত স্থাপন কৰা হৈছে চাৰ্জিং ষ্টেচন ৷ এই কথা প্ৰকাশ কৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ আনন্দ প্ৰকাশ তিৱাৰীয়ে ৷

Last Updated : Jun 11, 2019, 10:39 PM IST

ABOUT THE AUTHOR

...view details