শিলচৰ, 24আগষ্টঃ অতি শীঘ্ৰে বৰাক উপত্যকাক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল কৰাৰ দাবী UTDC(Union Territory Demand Committee) নামৰ বৰাক উপত্যকাৰ এটা সংগঠনৰ ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰিবলৈ দাবী জনায় সংগঠনটোৱে ৷ আজি সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে তেওঁলোকৰ দাবী পূৰণ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷
বৰাক উপত্যকাক কেন্দ্ৰীয় শাসিত অঞ্চল কৰাৰ দাবী UTDCৰ - কেন্দ্ৰীয় শাসিত অঞ্চল
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰিবলৈ দাবী জনায় সংগঠনটোৱে ৷ আজি সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে তেওঁলোকৰ দাবী পূৰণ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷
বৰাক উপত্যকাক কেন্দ্ৰীয় শাসিত অঞ্চল কৰাৰ দাবী UTDCৰ
ইপিনে, এইয়া দীৰ্ঘদিনীয়া দাবী বুলি কৈ সংগঠনটোৱে সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ ইয়াৰ উপৰি বৰাকৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে অনীহা প্ৰকাশ কৰে বুলিও অভিযোগ কৰে সংগঠনটোৱে ৷
লগতে পঢ়কঃৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা