অসম

assam

ETV Bharat / state

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ

কাছাৰৰ বৰখলাৰ ডলু নদীত গা ধুবলৈ গৈ এগৰাকী ছাত্ৰৰ সলিল সমাধি ৷ মৃত ছাত্ৰজনৰ নাম সমীৰ গোৱালা

By

Published : Aug 8, 2019, 11:54 PM IST

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ

কাছাৰ, 8 আগষ্টঃ

  • কাছাৰৰ বৰখলাৰ ডলু নদীত পানীত পৰি এগৰাকী ছাত্ৰৰ মৃত্যু
  • মৃত ছাত্ৰজনৰ নাম সমীৰ গোৱালা
  • দুপৰীয়া প্ৰায় ২-৩০ বজাত গা ধুবলৈ গৈ হ'ল অঘটন
  • বিয়লি চাৰি বজাত স্থানীয় লোকে উদ্ধাৰ কৰিলে মৃতদেহ
  • ঘটনাস্থলীত উপস্থিত স্থানীয় আৰক্ষী
  • মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় মৃতদেহ
  • সমিৰ ডলু এম ই স্কুলৰ ছাত্ৰ আছিল সমীৰ গোৱালা

ABOUT THE AUTHOR

...view details