অসম

assam

ETV Bharat / state

মুকলিৰ ছমাহৰ পাছতেই জৰাজীৰ্ণ শিলচৰৰ সদৰঘাট দলং

বৰাক উপত্যকাৰ স্বপ্নৰ দলংখনৰ এতিয়া জৰাজীৰ্ণ ৰূপ ৷ শাসকীয় চৰকাৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ ৷

ছমাহ পূৰ্বেই উদঘাটন কৰা শিলচৰ সদৰ ঘাট দলঙৰ জৰাজীৰ্ণ ৰূপ

By

Published : Jun 3, 2019, 10:04 PM IST

শিলচৰ, 3 মে’:শিলচৰ সদৰ ঘাট দলঙৰ এতিয়া জৰাজীৰ্ণ অৱস্থা ৷ মাত্ৰ ছমাহ পূৰ্বে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোাৱালে মুকুলি কৰিছিল শিলচৰৰ সদৰ ঘাটৰৰ দলংখন । বৰাক উপত্যকাৰ স্বপ্নৰ এই দলংখন এতিয়া জৰাজীৰ্ণ অৱস্থা । ভাঙি-ছিগি গৈছে দলংখনৰ বহু অংশ ।

ছমাহ পূৰ্বেই উদঘাটন কৰা শিলচৰ সদৰ ঘাট দলঙৰ জৰাজীৰ্ণ ৰূপ

দুৰ্নীতিৰ কাৰণে জীয়াতু ভূগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে ৷ বিজেপি চৰকাৰ অহাৰ পিচতে ৰাইজে ভাবিছিল এতিয়া দুৰ্নীতিমুক্ত হ’ব শিলচৰ ৷ কিন্তু এই নতুনকৈ বনোৱা দলংখনে পুনৰ প্ৰমাণ কৰিলে চৰকাৰ বদলি হলেও দুর্নীতিৰ অন্ত পৰা নাই চহৰখনত ।

ABOUT THE AUTHOR

...view details