কাছাৰ,১ মেঃ বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি কাছাৰ জিলা কমিটিৰ সভাপতি মনোজ তালুকদাৰে মন্তব্য কৰে যে, "হাইলাকান্দিৰ বিধায়ক দেশদ্ৰোহী" । লগতে কয় যে, হাইলাকান্দিৰ বিধায়কজনে নষ্ট কৰিছে বিজেপি দলৰ সুনাম।
"হাইলাকান্দিৰ বিধায়ক দেশদ্ৰোহী" - হাইলাকান্দি
এই মন্তব্য বিজেপি যুৱ মৰ্চাৰ কাছাৰ জিলা কমিটিৰ সভাপতি মনোজ তালুকদাৰৰ। লগতে কাছাৰত হাইলাকান্দিৰ বিধায়কজন প্ৰৱেশত বাধা আৰোপ বিজেপি যুৱ মৰ্চাৰ ।
সংবাদমেল
হাইলাকান্দিৰ এ আই ইউ ডি এফ দলৰ বিধায়কজনে প্ৰমাণ অবিহনে বিজেপি কৰ্মীৰ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ তোলাৰ বাবে আগন্তুক দিনত কাছাৰত প্ৰৱেশ কৰাৰ বাবে বাধা আৰোপ কৰে কাছাৰ জিলাৰ বিজেপি যুৱ মৰ্চাৰ সভাপতিজনে ।