অসম

assam

ETV Bharat / state

বৰখলাৰ পশ্চিম জাৰইলতলাত পথৰ দুৰৱস্থা

পথছোৱাৰ এই দুৰৱস্থাৰ ফলত যমৰ যাতন ভুগি আহিছে স্থানীয় ৰাইজে ৷ বিগত তিনি মাহ পূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰামীন বিকাশ যোজনাৰ অধীনত পথছোৱাৰ মেৰামতিৰ বাবে কতৃপক্ষই ধন আবন্টন দিছিল ৷

By

Published : Jun 9, 2019, 10:16 AM IST

বৰখলাৰ পশ্চিম জাৰইলতলাত পথৰ দূৰৱস্থা

কাছাৰ, 9 জুনঃ ক্ৰমাৎ মৃত্যুদূতত পৰিণত হৈছে কাছাৰ জিলাৰ বৰখলাৰ পশ্চিম জাৰইলতলাৰ যাতায়ত পথছোৱা ৷ পথছোৱাৰ এই দুৰৱস্থাৰ ফলত যমৰ যাতন ভুগি আহিছে স্থানীয় ৰাইজে ৷ বিগত তিনি মাহ পূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰামীন বিকাশ যোজনাৰ অধীনত পথছোৱাৰ মেৰামতিৰ বাবে কতৃপক্ষই ধন আবন্টন দিছিল ৷

বৰখলাৰ পশ্চিম জাৰইলতলাত পথৰ দূৰৱস্থা

কিন্তু বৰ্তমানলৈ পথছোৱা নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো কাম হাতত নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সেয়ে উক্ত বিষয় সন্দৰ্ভত ৰাইজে বিভাগীয় কৰ্তৃপক্ষকো অভিযোগ দাখিল কৰে যদিও কোনো ব্যৱস্থা লোৱা নাই বিভাগীয় কতৃপক্ষই৷

ABOUT THE AUTHOR

...view details