কাছাৰ,21ডিচেম্বৰ : সোমবাৰে শিলচৰৰ ক্ষুধিৰাম বসুৰ মূৰ্তিৰ তলত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে নিজৰ চাৰি দফীয়া দাবী পূৰণৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৰ সমস্যা সমূহৰ সমাধান বিচাৰি প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী গৰাকীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ৷
শিলচৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - চাৰি দফা দাবী পূৰণ
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নিজৰ চাৰি দফা দাবী পূৰণৰ বাবে শিলচৰত থকা ক্ষুধিৰাম বসুৰ মূৰ্তিৰ তলত সংগঠনটোৰ সদস্য সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷
শিলচৰত অসম চাহ জনজাতি ছাত্ৰ সংস্থাৰ প্ৰতিবাদ
প্ৰতিবাদকাৰী সকলৰ দাবী, অতি শীঘ্ৰে চাহ জনগোষ্ঠীৰ লোক সকলক ভূমিৰ পট্টা প্ৰদান আৰু মজুৰি বৃদ্ধিৰ বাবে দাবী জনায় ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷
অন্য এক খবৰৰ বাবে: জালুকবাৰী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰ কাষত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা