অসম

assam

By

Published : Apr 23, 2021, 9:11 PM IST

ETV Bharat / state

ক’ভিড টেষ্টৰ ভয়ত বিমান বন্দৰৰ পৰা পলায়ন কৰা যাত্ৰী বিৰুদ্ধে গোচৰ ৰুজু

যোৱা 22 এপ্ৰিলত বহি ৰাজ্য়ৰ পৰা অসমলৈ আহি ক’ভিড টেষ্ট নকৰাকৈয়ে শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন কৰিছিল ৩০০ গৰাকীৰো অধিক লোকে ৷ পলাতক এই লোকসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে কাছাৰ আৰক্ষী তথা জিলা প্ৰশাসন ৷

people escaped from airpot face legal action at silchar
ক’ভিড টেষ্টৰ ভয়ত বিমান বন্দৰৰ পৰা পলায়ন কৰা যাত্ৰী বিৰুদ্ধে গোচৰ ৰুজু

শিলচৰ, 23 এপ্ৰিল : যোৱা 22 এপ্ৰিলত ক’ভিড টেষ্টৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা ক’ভিড টেষ্ট নকৰাকৈয়ে পলায়ন কৰা যাত্ৰী সকল এতিয়া পৰিছে আইনৰ ৰোষত ৷ ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷

ক’ভিড টেষ্টৰ ভয়ত বিমান বন্দৰৰ পৰা পলায়ন কৰা যাত্ৰী বিৰুদ্ধে গোচৰ ৰুজু

উল্লেখযোগ্য় যে, বিগত 22 এপ্ৰিলত বহি: ৰাজ্য়ৰ পৰা অসমলৈ আহি ক’ভিড টেষ্ট নকৰাকৈয়ে শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন কৰিছিল ৩০০ গৰাকীৰো অধিক লোকে ৷ এই সকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে কাছাৰ আৰক্ষী তথা জিলা প্ৰশাসন ৷ চৰকাৰী নিৰ্দেশ অমান্য কৰাৰ অভিযোগৰ ভিত্তিত এই সকলক বিচাৰি ইতিমধ্যেই আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ ইফালে, এতিয়া এই সকলৰ ওপৰত আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে কাছাৰ জিলাৰ উপায়ুক্ত গৰাকীয়েও ৷

লগতে পঢ়ক :ক'ভিড প্ৰট'কল মানিবলৈ ৰাইজক আহ্বান লুৰিণ জ্যোতি গগৈৰ

ABOUT THE AUTHOR

...view details