অসম

assam

ETV Bharat / state

সমস্যাৰে জুৰুলা কাছাৰৰ বৰখলা গাঁও

গাঁৱৰ ১৫ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম অত দিনৰ পৰা সমাপ্ত  নহ’ল । লগতে বৰখলা গাঁৱত জল প্ৰকল্পৰ আচঁনি উদ্ধোধন কৰিছিল যদিও আজি পৰ্যন্ত গাঁওবাসীয়ে বিশুদ্ধ খোৱা পানীৰ মুখ দেখা নাপালে । তদুপৰি বিজুলী যোগান ধৰা ক্ষেত্ৰটো পিছ পৰি আছে অঞ্চলটো ৷

By

Published : Mar 16, 2019, 11:59 AM IST

VD SD

শিলচৰ, ১৬ মাৰ্চ: কাছাৰৰ বৰখলা , স্বাধীনতাৰ সাতটা দশকৰ পাচতো উন্নতিৰ পথ নেদেখা এটা অঞ্চল ৷ চাওঁক বৰখলা সমষ্টিৰ পথ , জল প্ৰকল্পৰ প্ৰকৃত ছবি ৷ দেশৰ প্ৰতিখন গাঁৱলৈ বিজুলী বাতিৰ সংযোগৰ কথা কৈ অহা চৰকাৰৰ শাসনতেই বিজুলী বাতি আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱত এইসকল লোক ৷ আমাৰ সাংবাদিক দিলীপ কুমাৰ সিঙৰ প্ৰতিবেদন...

সমস্যাৰে জুৰুলা কাছাৰৰ বৰখলা গাঁও

For All Latest Updates

ABOUT THE AUTHOR

...view details