অসম

assam

ETV Bharat / state

লক্ ডাউনত স্তব্ধ হাইলাকান্দি - গণ সংক্ৰমণ

আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এই লক্ ডাউন চলিব ৪ ছেপ্টেম্বৰ পৰ্যন্ত । মূলতঃ কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা লক্ ডাউনক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে সাধৰাণ জনতাইও ৷

lockdown impact at Hailakandi
লক ডাউনত স্তব্ধ হাইলাকান্দি

By

Published : Aug 27, 2020, 5:01 PM IST

হাইলাকান্দি, 27আগষ্টঃ 9 দিনীয়া লক্ ডাউনত স্তব্ধ বৰাক উপত্যকা ৷ বৰাকৰ আন দুখন জিলাৰ লগতে হাইলাকান্দি জিলাতো লক্ ডাউনৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এই লক্ ডাউন চলিব ৪ ছেপ্টেম্বৰ পৰ্যন্ত । মূলতঃ কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা লক্ ডাউনক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে সাধাৰণ জনতাইও ৷

লক ডাউনত স্তব্ধ হাইলাকান্দি

ইফালে,জিলা প্ৰশাসনে দিয়া নিৰ্দেশ অনুসৰি পুৱাৰ পৰাই হৈ বন্ধ আছে জিলা খনৰ সকলো দৈনিক আৰু সাপ্তাহিক বজাৰ সহ নগৰ আৰু বজাৰ অঞ্চলৰ সকলো দোকান-পোহাৰ । কিন্তু জিলাখনৰ একাংশ ৰাইজে লক্ ডাউনক হঠকাৰী সিদ্ধান্ত আখ্যা দি বিৰূপ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা দেখা গৈছে ৷

লগতে পঢ়কঃপিতৃ হ'বলৈ ওলাইছে বিৰাট কোহলী

ABOUT THE AUTHOR

...view details