শিলচৰ, 30 জুলাই: দেওবাৰে নিশা টিপাৰৰ খুন্দাত নিহত সাংবাদিক মলিন শৰ্মাৰ মৃত্যুৰ প্ৰতিবাদত মঙলবাৰে পুৱাৰ পৰা শিলচৰ চহৰত 12 ঘন্টীয়া বন্ধ পালন কৰা হৈছে ৷ বিভিন্ন সাংবাদিক সন্থাৰ লগতে প্ৰায় 30টা মান সন্থাৰ সমৰ্থনত চলি আছে এই বন্ধ ৷
বন্ধৰ এই সময়ছোৱাত চহৰখনত কোনো ধৰণৰ যান বাহনৰ চলাচল দেখা পোৱা নাই ৷ দোকান অফিচ বজাৰ আদিও বন্ধ ৰখা দেখা গৈছে ৷ চহৰৰ বিভিন্ন ঠাইত মহিলা সকলক অৱৰোধ পিকেটিং আদি কৰা দেখা গৈছে ৷
বন্ধৰ দাবীসমূহৰ মাজত আছে-
১ ) মলিনৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ