অসম

assam

শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Mar 11, 2021, 10:43 PM IST

কাছাৰ জিলাৰ ক্ৰীড়া সন্থাৰ প্ৰাংগণত অনুষ্ঠিত এক বিশাল জন সভাত অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল
শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল

শিলচৰ,11 মাৰ্চ:বৃহস্পতিবাৰে শিলচৰত কাছাৰ জিলাৰ ৭ খন বিধানসভাৰ প্ৰাৰ্থী মনোনয়ন দাখিলৰ পিছত শিলচৰ DSA খেলপথাৰত এখন জনসভাত অংশ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । জিলা ক্ৰীড়া সন্থাৰ প্ৰাংগণত এই বিশাল জনসভা অনুষ্ঠিত হয় । ৰাইজে প্ৰতিজন বিজেপি প্ৰাৰ্থীক জয়ী কৰাৰ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

৫ বছৰৰ উন্নয়ন দেখি ৰাইজে পুনৰাই বিজেপি চৰকাৰ প্ৰতিষ্ঠিত কৰিব এয়া নিশ্চিত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আনহাতে, বৰাকৰ আটাইকেইটা আসন বিজেপিৰ দখলত থাকিব বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে এই জন সভাত সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে কাছাৰৰ ৭ খন আসনৰ প্ৰাৰ্থীৰ লগতে শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয়, মমিনুল আৱালসহ বিজেপিৰ শীৰ্ষ নেতৃত্ব ৷

লগতে পঢ়ক:যমুনামুখৰ মহাজোঁটৰ প্রার্থী চিৰাজুদ্দিন আজমলৰ মনােনয়ন দাখিল

For All Latest Updates

ABOUT THE AUTHOR

...view details