অসম

assam

ETV Bharat / state

বিনদ মুণ্ডাৰ হত্যাকাৰীক আটক বৰখলা আৰক্ষীৰ

অৱশেষত বৰখলা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় বিনদ মুণ্ডাৰ হত্যাকাণ্ডৰ লগত জড়িত এজন অপৰাধীক ৷ শনিবাৰে বিজয়পুৰ বাগিচাত উদ্ধাৰ হোৱা বিনদ মুণ্ডাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাচৰে পৰা তদন্ত অব্যাহত ৰাখিছিল বৰখলা আৰক্ষীয়ে ৷ আটকাধীন ব্যক্তিজনৰ নাম মাধৱ ৰিকিয়াসন (চুন) ৷

By

Published : Jun 11, 2019, 7:00 AM IST

etv bharat

  • বিনদ মুণ্ডাৰ হত্যাকাণ্ডৰ লগত জড়িত এজনক আটক আৰক্ষীৰ ৷
  • আটক ব্যক্তিজন 26 বছৰ বয়সৰ মাধৱ ৰিকিয়াসন (চুন) ৷
  • শনিবাৰে সন্ধানহীন বিনদৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল বিজয়পুৰ বাগিচাত ৷
  • বৰখলা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি দেওবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল ৷
  • এইয়া এক হত্যাকাণ্ড বুলি স্পষ্টৰূপত প্ৰকাশ পাইছিল মৰণোত্তৰ পৰীক্ষাৰ তথ্যত ৷
  • তদন্তৰ অন্তত অৱশেষত সোমবাৰে বৰখলা আৰক্ষীয়ে আটক কৰে হত্যাকাণ্ডৰ লগত জড়িত মাধৱ ৰিকিয়াসনক ৷
    বিনদ মুণ্ডাৰ হত্যাকাৰীক আটক বৰখলা আৰক্ষীৰ

ABOUT THE AUTHOR

...view details