অসম

assam

ETV Bharat / state

অমলেন্দু দাসৰ পৰাজয়ৰ নেপথ্যত প্ৰাক্তন বিজেপি বিধায়ক কিশোৰ নাথ !

2021ৰ বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী অমলেন্দু দাসৰ পৰাজয়ৰ নেপথ্যত প্ৰাক্তন বিজেপি বিধায়ক কিশোৰ নাথ আৰু তেখেতৰ কিছু সমৰ্থক জড়িত হৈ আছিল বুলি আভিযোগ উত্থাপিত হৈছে ৷ ইয়াকে লৈ শুকুৰবাৰে বৰখলাৰ ছোট দুধপাতিল জিপিত একাংশ বিজেপি সমর্থকে কিশোৰ নাথৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

By

Published : May 7, 2021, 4:09 PM IST

borkhola-bjp-worker-protest-against-former-bjp-mla-kishor-nath
অমলেন্দু দাসৰ পৰাজয়ৰ নেপথ্যেত প্ৰাক্তন বিজেপি বিধায়ক কিশোৰ নাথ

চিলচৰ, 7 মে': 2021ৰ বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী অমলেন্দু দাসৰ পৰাজয়ক লৈ ক্ষোভিত হৈ পৰিছে একাংশ বিজেপি সমৰ্থক ৷ ৰাজ্যত শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী অমলেন্দু দাসৰ পৰাজয়ৰ মূলতে বৰখলাৰ প্ৰাক্তন বিজেপি বিধায়ক কিশোৰ নাথ আৰু তেখেতৰ সমৰ্থক সকল বুলি আভিযোগ উত্থাপিত হৈছে ৷ ইয়াকে লৈ শুকুৰবাৰে বৰখলাৰ ছোট দুধপাতিল জিপিত একাংশ বিজেপি সমর্থকে প্ৰাক্তন বিজেপি বিধায়ক কিশোৰ নাথৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

অমলেন্দু দাসৰ পৰাজয়ৰ নেপথ্যেত প্ৰাক্তন বিজেপি বিধায়ক কিশোৰ নাথ

অভিযোগ অনুসৰি সদ্যঘোষিত বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী অমলেন্দু দাসৰ পৰাজয়ৰ নেপথ্যত কিশোৰ নাথ আৰু বৰখলা মণ্ডলৰ তেখেতৰ কিছু সমৰ্থক জড়িত বুলি প্ৰতিবাদকাৰী সকলে উল্লেখ কৰে ৷

লগতে পঢ়ক :বাজাজ হেল্থকেয়াৰে মুকলি কৰিলে ইভেজাজ টেবলেট

ABOUT THE AUTHOR

...view details