অসম

assam

ETV Bharat / state

ইণ্টাৰনেট নাই, বেংকত কাম নাই

ইন্টাৰনেট সংযোগ ব্যাহত হোৱাৰ বাবে বিগত ছয়দিন ধৰি বংকটোত বন্ধ হৈ আছে কামকাজ ৷ যাৰ ফলত গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

By

Published : Jun 12, 2019, 9:58 PM IST

ইণ্টাৰনেট নাই, বেংকত কাম নাই

বৰখলা, 12জুনঃ ইন্টাৰনেট সেৱা বিকলৰ বাবে কাছাৰৰ বৰখলাৰ চেন্ট্ৰেল বেংক অৱ্ ইণ্ডিয়াৰ কামকাজত অচলাৱস্থাৰ সৃষ্টি হৈছে ৷ ইন্টাৰনেট সংযোগ ব্যাহত হোৱাৰ বাবে বিগত ছয়দিন ধৰি বংকটোত বন্ধ হৈ আছে কামকাজ ৷ যাৰ ফলত গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ দুদিনৰ ভিতৰত চেন্ট্ৰেল বেংকৰ শাখাটোত ইন্টাৰনেট সেৱা সক্ৰিয় কৰিবলৈ দাবী জনাইছে বৰখলা নাগিক সুৰক্ষা সমিতিয়ে ৷ ইপিনে বংক কৰ্তৃপক্ষৰ মতে বি এছ এন এলৰ গাফিলতিৰ বাবে ইন্টাৰনেট সেৱা ব্যাহত হৈ পৰিছে ৷

ইণ্টাৰনেট নাই, বেংকত কাম নাই

ABOUT THE AUTHOR

...view details