অসম

assam

By

Published : Dec 19, 2019, 8:33 PM IST

ETV Bharat / state

চৰকাৰৰ ৰঙা চকু নেওচি ৰাজ্যত অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

চৰকাৰৰ কঠোৰ শাসনক ওফোৰাই ৰাজ্যবাসীয়ে সাব্যস্ত কৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ,বৃহস্পতিবাৰে ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে প্ৰতিবাদত উত্তাল হয় বঙাইগাওঁ জিলা,সমান্তৰালকৈ গুৱাহাটী মহানগৰী আৰু শোণিতপুৰৰ ৰঙাপৰাতো সাব্যস্ত হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বিৰুদ্ধে ৰাজ্যবাসী
চৰকাৰৰ কঠোৰ শাসনৰ মাজতে অব্যাহত প্ৰতিবাদ

বঙাইগাওঁ,19 ডিচেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ ৷ চৰকাৰৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে সকলো ৷ ক্ৰমাৎ ৰাজ্যত বৃদ্ধি হৈছে অৰাজকতা ৷ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত বৃহস্পতিবাৰে উত্তাল হয় বঙাইগাওঁ,গুৱাহাটী,ৰঙাপৰা

সদৌ অসম উকীল সন্থাৰ ৰাজভৱন চলো কাৰ্যসূচী

ABOUT THE AUTHOR

...view details